ডায়রিয়া প্রতিরোধের বার্তা: ডায়েৰিয়াৰ পৰা বাচি থাকক, সঠিক নিয়মৰ দ্বাৰা হাত ধোৱাৰ অভ্যাস কৰক বেমাৰৰ পৰা নিজকে দুৰত ৰাখক, সদায় পানী ঢাকি ৰাখিব, একুৱেটৰে দি শোধন কৰা পানী ব্যৱহাৰ কৰিব, শৌচালয় ব্যৱহাৰ কৰক, শৌচালয় পৰিষ্কাৰ কৰি ৰাখক, খোৱাৰ আগত আৰু শৌচ কৰাৰ পাছত চাবোন দি হাত ধোৱাৰ অভ্যাস কৰক, সকলো সময়তে গৰম কৰি খাদ্য খাব আৰু খাদ্য ঢাকি ৰাখিব, ডায়েৰিয়া হ'লে পৰিষ্কাৰ পানীৰ লগত ও আৰ এচ মিহলি কৰি কেইবা বাৰো খাব, শৌচ কৰাৰ পাছত আৰু শিশুৰ শৌচ পৰিষ্কাৰ কৰাৰ পাছত পানী আৰু চাবোনেৰে হাত দুখন ভালদৰে ধুই ল'ব ।