মাস্ক পরুন, নিরাপদ দূরত্ব বজায় রাখুন এবং কোভিড -১৯ প্রতিরোধ করুন।


Download Audio

Source/Reference :- Oxfam India

Date : 22/01/2021


মাস্ক পরুন, নিরাপদ দূরত্ব বজায় রাখুন এবং কোভিড -১৯ প্রতিরোধ করুন।

সুৰক্ষাৰ প্ৰতি দিয়ক গুৰুত্ব, তেতিয়াহে হ'ব কাম কৰিবলৈ সহজ । ঘৰৰপৰা বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰক । আপোনাৰ কৰ্ম ক্ষেত্ৰ তথা কৰ্ম স্হান কাম কৰাৰ আগত আৰু পিছত সদায় পৰিষ্কাৰ কৰি ৰাখক । নিয়মিত ভাৱে চাবোনেৰ হাত ধুৱোক । কাম কৰাৰ সময়ত উপযুক্ত দুৰত্ব বজাই ৰাখক । কাহ আৰু হাঁচি মৰাৰ সময়ত কাপোৰ আৰু ৰুমালেৰে ঢাকি ৰাখক ।   আচৰণৰ পৰিবৰ্তনে কৰোণাৰ   ওপৰত প্ৰত্যাক্ৰমণ কৰিব পাৰে ।


 Share